বিনোদন মুখ্য-পৃষ্ঠা গুজৰাটত শ্বুটিঙৰ সময়তে ভাঙিল অভিনেতা বিকী কুশলৰ গালৰ হাড়… গুজৰাটত শ্বুটিঙৰ সময়তে ভাঙিল অভিনেতা বিকী কুশলৰ গালৰ হাড়… asomiyapratidin 20 Apr 2019 14:58 IST Follow UsNew Updateগুজৰাটত ফিল্ম শ্বুটিঙৰ সময়ত অঘটন।শ্বুটিঙৰ সময়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অভিনেতা বিকী কুশল।অভিনেতাগৰাকীৰ গালৰ এটা হাড় ভাঙে শ্বুটিঙৰ সময়ত।১৩টাকৈ চিলাই পৰে অভিনেতাগৰাকীৰ গালত।এই কথা জনায় ছবিখনৰ সৈতে জড়িত এটা দলে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক