New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/akhshyai.jpg)
- কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা অক্ষয় কুমাৰ ।
- দেওবাৰে অভিনেতা গৰাকীৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি ।
- বৰ্তমান অভিনেতা গৰাকী হোম কোৱাৰেন্টাইনত আছে বুলি জানিব দিয়ে ।
- অভিনেতা গৰাকীয়ে প্ৰয়োজনীয় চিকিৎসা সেৱা গ্ৰহন কৰাৰ কথাও সদৰি কৰে ।
- ইফালে ক্ৰমান্বয়ে দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us