New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/amir-khan.jpg)
- কোৰোনাত আক্ৰান্ত হ'ল বলিউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খান ।
- অভিনেতা গৰাকীৰ দেহত বুধবাৰে কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
- অভিনেতা গৰাকীয়ে বৰ্তমান নিজকে কোৱাৰেন্টাইনত কৰি ৰাখিছে ।
- বৰ্তমান অভিনেতা গৰাকীৰ স্বাস্থ্যৰ অবস্থা বৰ্তমান সুস্থিৰ ।
- অভিনেতা গৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোকক কোভিড টেষ্ট কৰিবলৈ আহ্বান অভিনেতা গৰাকী।