New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/rima.jpg)
- অহা ২০ চেপ্তেম্বৰত ৰাজ্যজুৰি মুক্তিলাভ কৰিব বিশিষ্ট পৰিচালক ৰীমা দাসৰ নতুন অসমীয়া ছবি বুল বুল কেন ছিং।
- ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনে
- ৰাজ্যৰ দৰ্শকৰ পৰাও আদৰ মৰম লাভ কৰিব পাৰিব বুলি আশাবাদী পৰিচালক ৰীমা দাস।
- উল্লেখযোগ্য যে ইতিমধ্যে ছবিখনে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us