বিনোদন মুখ্য-পৃষ্ঠা ছবিঘৰত ৰত্নাকৰৰ এসপ্তাহ, মুঠ উপাৰ্জন ৩.৩১ কোটি ছবিঘৰত ৰত্নাকৰৰ এসপ্তাহ, মুঠ উপাৰ্জন ৩.৩১ কোটি asomiyapratidin 18 Oct 2019 15:07 IST Follow UsNew Updateছবিঘৰত ৰত্নাকৰে পাৰ কৰিলে এসপ্তাহ।এসপ্তাহৰ অন্তত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ৩.৩১ কোটি।সপ্তমটো দিনত ছবিখনৰ উপাৰ্জন হৈছে ৪৩.৫ লাখ।অসমৰ বাহিৰত বিগত ৭ টা দিনত ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ১২ লাখ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক