/asomiyapratidin/media/media_files/2025/05/14/KOzINU7JFyjM7VCaEitW.jpg)
ডিজিটেল সংবাদ মথুৰাপুৰঃ সদ্য ঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলত উজলিল মথুৰাপুৰৰ আফ্ৰিদা উল্লা। মঙলবাৰে ঘোষণা কৰা ফলাফলত আফ্ৰিদা উল্লাই ৯৪.২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
আফ্ৰিদাৰ এই ফলাফলত সন্তুষ্টি প্ৰকাশ কৰিছে অভিভাৱকৰ লগতে স্থানীয় ৰাইজে। ফলাফল ঘোষণা কৰাৰ পাছতে আফ্ৰিদাক শুভেচ্ছা জনাইছে ভিন্নজনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us