/asomiyapratidin/media/media_files/2026/02/07/1-2026-02-07-11-14-13.jpg)
ডিজিটেল ডেস্কঃ দিনক দিনে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সফল অভিযান। নিশা চিৰাং জিলাৰ বেংতল আৰক্ষী চকীৰ অন্তৰ্গত ডোমগাঁৱত অভিযান চলাই বুজন পৰিমানৰ নিচাজাতীয় সামগ্ৰীসহ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/07/whatsapp-image-2-2026-02-07-11-14-35.jpeg)
ড্ৰাগছৰ সৰবৰাহকাৰীটোৰ পৰা ছটা প্লাষ্টিকৰ বাকচত মুঠ ৭৮.৮৩ গ্ৰাম সন্দেহজনক হিৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আমুৰ হুছেইন বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/07/whatsap-2026-02-07-11-14-49.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us