শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ…

  • ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ।
  • ধুবুৰী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ গোপাল চন্দ্র মালাকাৰক।
  • মালাকাৰৰ বিৰুদ্ধে আবণ্টিত ধন আত্মসাতৰ অভিযোগ।
  • ধন লুণ্ঠনৰ অভিযোগ আছিল পূৰ্বৰ অধ্যক্ষ সন্তোষ কুমাৰ মালাকাৰৰ বিৰুদ্ধে।
  • সন্তোষ কুমাৰ মালাকাৰৰ পুত্র অধ্যাপক গোপাল চন্দ্র মালাকাৰ।
  • ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এক কোটি টকাৰ আঁচনি ৰূপায়ণত ধন লুণ্ঠনৰ অভিযোগ।
  • ১ কোটি টকাৰ ৫০ লাখ টকা মোকলাই নিছিল পিতা-পুত্রই।
  • ইতিমধ্যে জামিন লাভ কৰিছে সন্তোষ কুমাৰ মালাকাৰে।
  • আত্মগোপন কৰি আছিল পুত্র গোপাল চন্দ্র মালাকাৰে।

ক্লিক কৰি পঢ়কঃ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…