ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ…

ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ…
  • ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ।
  • ধুবুৰী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ গোপাল চন্দ্র মালাকাৰক।
  • মালাকাৰৰ বিৰুদ্ধে আবণ্টিত ধন আত্মসাতৰ অভিযোগ।
  • ধন লুণ্ঠনৰ অভিযোগ আছিল পূৰ্বৰ অধ্যক্ষ সন্তোষ কুমাৰ মালাকাৰৰ বিৰুদ্ধে।
  • সন্তোষ কুমাৰ মালাকাৰৰ পুত্র অধ্যাপক গোপাল চন্দ্র মালাকাৰ।
  • ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এক কোটি টকাৰ আঁচনি ৰূপায়ণত ধন লুণ্ঠনৰ অভিযোগ।
  • ১ কোটি টকাৰ ৫০ লাখ টকা মোকলাই নিছিল পিতা-পুত্রই।
  • ইতিমধ্যে জামিন লাভ কৰিছে সন্তোষ কুমাৰ মালাকাৰে।
  • আত্মগোপন কৰি আছিল পুত্র গোপাল চন্দ্র মালাকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in