ধিং আৰক্ষীৰ অভিযানঃ ড্ৰাগছ-গাঞ্জাসহ জব্দ নগদ ধন…

ধিং আৰক্ষীৰ অভিযানঃ ড্ৰাগছ-গাঞ্জাসহ জব্দ নগদ ধন…
  • সমগ্ৰ নগাঁৱতে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান৷
  • ধিং আৰক্ষীয়ে অভিযান চলাই নিজধিঙৰ নজৰ ফকিৰৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছৰ বহু কন্টেইনাৰ আৰু গাঞ্জা জব্দ কৰে।
  • লগতে আৰক্ষীয়ে জব্দ কৰে ১১০৫০ টকা নগদ ধন৷
  • এই ব্যৱসায়ৰ লগত জড়িত বিবি চুনোফা ফকিৰক গ্ৰেপ্তাৰ কৰে৷
  • চুনোফা ফকিৰৰ স্বামী নজৰ ফকিৰে দীৰ্ঘদিনে নিজধিং অঞ্চলত চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ বেহা৷
  • নজৰ ফকিৰৰ পত্নীক আৰক্ষীয়ে আটক কৰিছে যদিও মূল অভিযুক্ত নজৰ ফকিৰক বৰ্তমানেও আটক কৰিব পৰা নাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in