গুৱাহাটীৰ হেঙেৰাবাৰীত উদ্ধাৰ এটা মৃতদেহ…

গুৱাহাটীৰ হেঙেৰাবাৰীত উদ্ধাৰ এটা মৃতদেহ…
  • মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ।
  • গনেশগুৰিৰ হেঙেৰাবাৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
  • পথত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
  • স্থানীয় লোকে প্রত্যক্ষ কৰে লোকজনৰ মৃতদেহ।
  • মৃতব্যক্তিজনক মাণিকনগৰৰ দীপাংকৰ বৰা বুলি চিনাক্ত কৰা হৈছে।
  • কিয় আৰু কেনেকৈ তেওঁৰ মৃত্যু হ'ল দীপাংকৰৰ সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে দীপাংকৰৰ মৃতদেহ লৈ যোৱা হৈছে জি এম চি এইছলৈ।
  • আৰক্ষীৰ তদন্তৰ অন্তত হে এই সম্পৰ্কে জানিব পৰা যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in