সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ কোঠাত সোমাল তীব্ৰবেগী ডাম্পাৰ…

সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ কোঠাত সোমাল তীব্ৰবেগী ডাম্পাৰ…
  • গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা।
  • কাহিলীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
  • সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ চৌহদত সোমাল এখন তীব্রবেগী ডাম্পাৰ।
  • যুটীয়া সঞ্চালকৰ কোঠাত সোমাল দুৰ্ঘটনাগ্রস্ত ডাম্পাৰখন।
  • কোঠাৰ বেৰ ভাঙি সোমাই গ'ল ডাম্পাৰখন।
  • এই দুৰ্ঘটনাত আন ৪খন বাহন বেয়াকৈ ক্ষতিগ্রস্ত।
  • ক্ষতিগ্ৰস্ত হোৱা বাহন ২ খনৰ মাজত আছে এখন ডাষ্টাৰ আৰু এখ ইক'স্পৰ্টছ।
  • ইয়াৰোপৰি আছে ২খন ছুইফট ডিজাইয়াৰ।
  • ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবেই সংঘটিত হ'ল এই ঘটনা।
  • ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ডাম্পাৰখনৰ চালকগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in