বুধবাৰে নিখোজ হোৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ…

বুধবাৰে নিখোজ হোৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ…
  • বঙাইগাঁৱত উদ্ধাৰ মৃতদেহ।
  • পানীত উপঙি থকাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।
  • উদ্ধাৰ হোৱা মৃতদেহটো অমিত ঘোষ নামৰ এজন লোকৰ বুলি চিনাক্ত।
  • বঙাইগাওঁ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা অমিত ঘোষ।
  • বুধবাৰৰ সন্ধিয়াৰ ভাগৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল অমিত ঘোষষ
  • বঙাইগাওঁ আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।
  • তেওঁৰ কিদৰে মৃত্য হ'ল সেই বিষয়ে সবিশেষ তথ্য এতিয়াও প্ৰকাশ পোৱা নাই।
  • আৰক্ষীৰ তদন্ততহে অমিতৰ মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in