শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

বুধবাৰে নিখোজ হোৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ…

  • বঙাইগাঁৱত উদ্ধাৰ মৃতদেহ।
  • পানীত উপঙি থকাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।
  • উদ্ধাৰ হোৱা মৃতদেহটো অমিত ঘোষ নামৰ এজন লোকৰ বুলি চিনাক্ত।
  • বঙাইগাওঁ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা অমিত ঘোষ।
  • বুধবাৰৰ সন্ধিয়াৰ ভাগৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল অমিত ঘোষষ
  • বঙাইগাওঁ আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।
  • তেওঁৰ কিদৰে মৃত্য হ’ল সেই বিষয়ে সবিশেষ তথ্য এতিয়াও প্ৰকাশ পোৱা নাই।
  • আৰক্ষীৰ তদন্ততহে অমিতৰ মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।

ক্লিক কৰি পঢ়কঃ গুৱাহাটীত মহাৰাষ্ট্ৰৰ নাটক ফ্লপ হোৱাৰ দিশে নেকি!