কোৰোনা ৰাষ্ট্ৰীয় কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং কোৰোনাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং কোৰোনাত আক্ৰান্ত asomiyapratidin 20 Apr 2021 14:49 IST Follow UsNew Updateকেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং কোৰোনাত আক্ৰান্ত।টুইটাৰ যোগে মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে।সম্প্ৰতি হোম কোৱাৰাইন্টাইনত আছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।তেওঁৰ সৈতে সংস্পৰ্শত অহা সকলোকে সতৰ্ক হ'বলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক