কোৰোনা ৰাষ্ট্ৰীয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ কোৰোনাত আক্ৰান্ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ কোৰোনাত আক্ৰান্ত asomiyapratidin 07 Apr 2021 12:45 IST Follow UsNew Updateত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কোৰোনাত আক্ৰান্ত।বুধবাৰে কৰা কভিড টেষ্ট ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।সম্প্ৰতি হোম কোৱাৰাইন্টাইনত আছে মুখ্যমন্ত্ৰীগৰাকী।টুইটাৰ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক