কোৰোনা ৰাষ্ট্ৰীয় দিল্লীত অক্সিজেনৰ ভয়ংকৰ নাটনি… দিল্লীত অক্সিজেনৰ ভয়ংকৰ নাটনি… asomiyapratidin 21 Apr 2021 12:40 IST Follow UsNew Updateদিল্লীত অক্সিজেনৰ ভয়ংকৰ নাটনি।চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসালয়তে নাটনি হৈছে অক্সিজেনৰ।কেন্দ্ৰক হাতযোৰ কৰি অক্সিজেন যোগান ধৰিবলৈ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।দিল্লীত ৮-১০ ঘন্টাৰ বাবেহে মজুত আছে অক্সিজেন। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক