কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ ৬মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক…

কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ ৬মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক…

author-image
asomiyapratidin
New Update
কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ ৬মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক…

ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৬খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ লব। ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে হব লগা এই বৈঠকত অংশ লবলগীয়া এই ৬খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম বিগত সপ্তাহত প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। মহাৰাষ্ট্ৰ, তামিলনাডু, বিহাৰ, কণাৰ্টক আৰু তেলেংগানা, পশ্চিম বংগৰ নাম এই তালিকাত অন্তভূক্ত হৈ আছে।