ব্যতিক্ৰমী পদক্ষেপঃ কোভিড ভেকচিন লৈ লাভ কৰক সোন

ব্যতিক্ৰমী পদক্ষেপঃ কোভিড ভেকচিন লৈ লাভ কৰক সোন

author-image
asomiyapratidin
New Update
ব্যতিক্ৰমী পদক্ষেপঃ কোভিড ভেকচিন লৈ লাভ কৰক সোন

ডিজিটেল ডেস্কঃ ভাৰতত দ্ৰুত গতিত পুনৰ সংক্ৰমণ হৈছে মহামাৰী কোৰোনাৰ। এনে সময়তে গুজৰাটত ৰাজ্যখনৰ ৰাজকোটৰ ব্যৱসায়ী সকলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ভেকচিনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কোভিড ভেকচিন লোৱা লোকসকলক প্ৰদান কৰিছে সোন।

Advertisment

জানিব পৰা মতে, ৰাজ্যখনত কোৰোনা প্ৰতিৰোধী ভেকচিন ল'বৰ বাবে এতিয়াও বহুলোকে সংকোচ আৰু শংকা প্ৰকাশ আহিছে । সেয়েহে ৰাজ্যখনৰ ৰাজকোটৰ ব্যৱসায়ীসকলে মিলি ভেকচিন লওতা সকলক সোন প্ৰদান কৰি জনতাক আকৰ্ষণ কৰিবলৈ এই অভিনৱ পন্থা অৱলম্বন কৰিছে।