New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/agrani-batory.jpg)
- কৰ্ণাটক বিজেপি প্ৰদেশ সভাপতি নলীন কুমাৰ কাটেল আক্ৰান্ত হৈছে কোৰোনাত।
- নেতাগৰাকীয়ে নিজে টুইটাৰযোগে সদৰি কৰিলে এই তথ্য।
- নলীন কুমাৰ কাটেল বৰ্তমান ভৰ্তি হৈছে হস্পাতালত।
- কোৰোনাৰ কোনো উপসৰ্গই দেখা দিয়া নাই যদিও তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ।
- উল্লেখ্য যে, কৰ্ণাটকত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৩লাখ ২৭হাজাৰ ০৭৬গৰাকী।
- দেশৰ ভিতৰতে কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্থ কৰা ৰাজ্যসমূহৰ ভিতৰত চতুৰ্থস্থানত আছে কৰ্ণাটক।