New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/corona-1.jpg)
- বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ১৭,৯২১ জন ।
- কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ২০,৬৫২ জনে ।
- কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১৩৩ জনৰ ।
- দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ১,১২,৬২,৭০৭ জন ।
- কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,০৯,২০,০৪৬ জন ।
- বৰ্তমানেও দেশত কোৰোনাত আক্ৰান্ত হৈ আছে ১,৮৪,৫৯৮ জন ।
- কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১,৫৮,০৬৩ জনৰ ।