ডিব্ৰুগড়ৰ একেটা পৰিয়ালৰে ৬জন লোকৰ দেহত ধৰা পৰিল COVID-19…

ডিব্ৰুগড়ৰ একেটা পৰিয়ালৰে ৬জন লোকৰ দেহত ধৰা পৰিল COVID-19…

author-image
asomiyapratidin
New Update
ধুবুৰী কাণ্ডৰ নতুন মোৰ! অভিযোগ দিয়া ডিএফঅ’ৰ বিৰুদ্ধে হ’ব তদন্ত, ধুবুৰী আৰক্ষী অধীক্ষককো অপসাৰণ কৰাৰ সম্ভাৱনা!

  • ডিব্ৰুগড়ত প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোণা ৰোগী।
  • বুধবাৰে ডিব্ৰুগড়ৰ একেটা পৰিয়ালৰে ৬জন লোকৰ দেহত ধৰা পৰিল COVID-19 পজিটিভ।
  • তেওঁলোকৰ নাই কোনো ট্ৰেভল হিষ্টৰী।
  • যোৱা ৭ জুনত কইনাৰ বিবাহৰ বজাৰ কৰি গুৱাহাটীৰ পৰা উভতি আহিছিল ডিব্ৰুগড়ৰ এইচ এছ ৰোডৰ ৰমেশ কেডিয়া নামৰ এজন ব্যৱসায়ী।
  • তাৰ পাছতেই ১৪ জুনত ৰমেশ কেডিয়াৰ দেহত ধৰা পৰিল Covid-19ৰ উপস্থিতি।
  • ইয়াৰ পাছতেই সেই পৰিয়ালটোৰ আন আন সদস্যৰ দেহতো বুধবাৰে ধৰা পৰিল এই ভাইৰাছৰ অৱস্থিতি।