New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/corona-virus-case-ARUNACHAL-NEWS-UPDATE.jpg)
- অসমত কোৰোনাত আক্ৰান্ত ৭গৰাকী লোকৰ মৃত্যু হৈছে দেওবাৰে।
- স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য।
- মৃত্যু হোৱা লোকসকল হৈছে বিদ্যাদ্বীপ ভূঞা, কিৰণ বৰা, নিপজ্যোতি বৰুৱা।
- মহঃ চহৰুবুদ্দিন আহমেদ, ৰমিলা সুত্ৰধাৰ, শচীন চন্দ্ৰ ব্ৰহ্ম।
- মৃত্যু হোৱাৰ সকলৰ ভিতৰত আছে কাছাৰৰ ভাস্কৰ জ্যোতি গুপ্তা।