দিল্লীত কমিছে সংক্ৰমণঃ ৫০ শতাংশ দৰ্শকেৰে খুলিব চিনেমা হল, ১০০ শতাংশ দোকান খোলাৰ অনুমতি…

দিল্লীত কমিছে সংক্ৰমণঃ ৫০ শতাংশ দৰ্শকেৰে খুলিব চিনেমা হল, ১০০ শতাংশ দোকান খোলাৰ অনুমতি…

author-image
asomiyapratidin
New Update
দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন…

  • দিল্লীত কোৰোনাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে।
  • সেয়েহে দিল্লীত সপ্তাহিক সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে।
  • চিনেমা হল, ৰেষ্টুৰেণ্ট আদি ৫০ শতাংশ দৰ্শকেৰে মুকলি কৰাত অনুমতি প্ৰদান কৰা হৈছে।
  • দোকান, শ্বপিং মল আদি খোলাৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি প্ৰত্যাহাৰ কৰা হৈছে।
  • দোকানসমূহ খোলাৰ ক্ষেত্ৰত ১০০ শতাংশ অনুমতি প্ৰদান কৰা হৈছে।
  • অৱশ্যে দিল্লীত নৈশ সান্ধ্য আইন অব্যাহত থাকিব।