New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
- অচিৰেই দেশত উপলব্ধ হোৱাৰ পথত শিশুক দিব পৰা ক'ভিড ভেকচিন।
- প্ৰথম পৰ্যায়ৰ ট্ৰায়েল ইতিমধ্যে সম্পন্ন হৈছে।
- দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ বাবে স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰিছে।
- বায়লজিকেল ই লিমিটেডক এই অনুমতি প্ৰদান কৰা হৈছে।
- ৫ বছৰৰ পৰা ওপৰৰ শিশুৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভেকচিন।
- এই ভেকচিন উপলব্ধ হ'লে তলৰ শ্ৰেণীৰ বিদ্যালয়সমূহৰ পাঠ দান কৰাত প্ৰতিবন্ধকতা আঁতৰ হ'ব।