চেন্ট্ৰেল বেংক অব্ ইণ্ডিয়াৰ অভিনৱ পদক্ষেপঃ ভেকচিন গ্ৰহণ কৰা নাগৰিকৰ বাবে ‘ইমিউন ইণ্ডিয়া ডিপ’জিট স্কীম’ মুকলি…

চেন্ট্ৰেল বেংক অব্ ইণ্ডিয়াৰ অভিনৱ পদক্ষেপঃ ভেকচিন গ্ৰহণ কৰা নাগৰিকৰ বাবে ‘ইমিউন ইণ্ডিয়া ডিপ’জিট স্কীম’ মুকলি…

author-image
asomiyapratidin
New Update
চেন্ট্ৰেল বেংক অব্ ইণ্ডিয়াৰ অভিনৱ পদক্ষেপঃ ভেকচিন গ্ৰহণ কৰা নাগৰিকৰ বাবে ‘ইমিউন ইণ্ডিয়া ডিপ’জিট স্কীম’ মুকলি…

ডিজিটেল ডেস্কঃ কোৰোনাকালীল পৰিস্থিতিৰ এই সময়ছোৱাত টিকাকৰণৰ প্ৰক্ৰিয়াক উৎসাহ জনোৱাৰ লগতে এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে চেন্ট্ৰেল বেংক অব্ ইণ্ডিয়াই গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ। কোৰোনা ভেকচিন গ্ৰহণ কৰা নাগৰিকৰ বাবে ১১১১ দিনলৈ প্ৰযোজ্য কাৰ্ড মূল্যত অতিৰিক্ত আকৰ্ষনীয় ২৫ ভিত্তি পইন্টৰ সুদৰ হাৰ আগবঢ়োৱাৰ লক্ষ্যৰে এক বিশেষ জমা আঁচনি গ্ৰহণ কৰিছে।

Advertisment

'ইমিউন ইণ্ডিয়া ডিপ'জিট স্কীম' শীৰ্ষক এই বিশেষ আঁচনিখনৰ জৰিয়তে চেন্ট্ৰেল বেংক অব্ ইণ্ডিয়াই সকলো নাগৰিককে ভেকচিন গ্ৰহণ কৰিবলৈ আৰু এই বিশেষ আকৰ্ষনীয় সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অতিৰিক্ত সুদৰ হাৰৰ বাবে যোগ্যতা অৰ্জন কৰিব জ্যেষ্ঠ নাগৰিক সকলে।