New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/bjp-vice-presednt.jpg)
- বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি, ৰাজ্য সভাৰ সাংসদ বিনয় সাহশ্ৰবুদ্ধি কোৰোনাত আক্ৰান্ত ।
- বৃহস্পতিবাৰে কোৰোনাত আক্ৰান্ত হোৱা বুলি ব্যক্ত কৰে সাংসদ গৰাকীয়ে ।
- সংসদৰ বৰ্ষাকালীন অধিবেশনত অংশগ্ৰহন কৰিবলৈ শুক্ৰবাৰে কৰা কোৰোনা পৰীক্ষাত নিগেটিভ আহিছিল সাঁংসদ গৰাকীৰ ।
- সংসদৰ বৰ্ষাকালীন অধিবেশনত অংশ লৈছিল সাংসদ গৰাকীয়ে ।