ৰাজঘাটত হ’ব ৰাষ্ট্ৰীয় স্বচ্ছ কেন্দ্ৰঃ বিত্ত মন্ত্ৰী

ৰাজঘাটত হ’ব ৰাষ্ট্ৰীয় স্বচ্ছ কেন্দ্ৰঃ বিত্ত মন্ত্ৰী

author-image
asomiyapratidin
New Update
ৰাজঘাটত হ’ব ৰাষ্ট্ৰীয় স্বচ্ছ কেন্দ্ৰঃ বিত্ত মন্ত্ৰী

  • বিদেশী ছাত্ৰৰ বাবে ষ্টাডী ইন ইণ্ডিয়া আঁচনি।
  • মালবাহী ৰে'লৰ বাবে সুকীয়া পথ।
  • উচ্চ শিক্ষাৰ সংস্থাৰ বাবে ৪০০ কোটি।
  • পিএমজিএছৱাইৰ বাবে ৮০২৫০ কোটি টকা ঘোষণা।
  • ৰাজঘাটত হ'ব ৰাষ্ট্ৰীয় স্বচ্ছ কেন্দ্ৰ।
  • ২ অক্টোবৰত মুকলি কৰা হ'ব এই কেন্দ্ৰ।
  • গঠন কৰা হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োগ।
  • অক্টোবৰৰ ভিতৰত প্ৰতিঘৰতে হ'ব শৌচালয় নিৰ্মাণ।
  • এলইডি বাল্বৰ জৰিয়তে ১৮ হাজাৰ কোটি টকা ঘোষণা বিত্তমন্ত্ৰীৰ।
  • ১ কোটি শিক্ষাৰ্থীলৈ দক্ষতা বিকাশ আঁচনি।
  • অসংগঠিত ক্ষেত্ৰত জড়িত সকলে পাব মাহে ৩০০০ টকাকৈ পেঞ্চন।