Published on:
Updated on:
- কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মুকলি কৰিলে ১২৫ টকীয়া মুদ্ৰা।
- পৰমাহংশ যোগানন্দৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে মুকলি কৰিলে এই নতুন মুদ্ৰা।
- তেওঁৰ লগতে অনুষ্ঠানটিত উপস্থিত মন্ত্ৰী অনুৰাগ ঠাকুৰ।
- উল্লেখ্য যে, যোৱা ২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোডীয়ে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে মুকলি কৰিছিল ১৫০ টকীয়া মুদ্ৰা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in