New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/bank-strike11_0.jpg)
- আজি বন্ধ থাকিব দেশৰ চৰকাৰী বেংকসমূহ।
- বেংক কৰ্মচাৰীৰ কেইবাটাও চৰ্ত মানি লোৱাৰ দাবীত ইউনাইটেড ফ'ৰাম অব বেংক ইউনিয়নৰ ধৰ্মঘট।
- প্ৰধানত কৰ্মচাৰীসকলক দ্বিপাক্ষিক ভাট্টা প্ৰদান, সন্মানজনক দৰমহা বৃদ্ধি আদিৰ দাবীত এই ধৰ্মঘট পালন কৰিছে UFBU-এ।
- ১০ লাখ বেংক কৰ্মচাৰীৰ প্ৰতিবাদৰ ফলত স্তব্ধ হ'ব বেংকৰ কাম–কাজ।