অর্থনীতি পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস… পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস… asomiyapratidin 07 Apr 2019 11:07 IST Follow UsNew Updateফাইল ফটো দেওবাৰে হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।আজি প্ৰতি লিটাৰ পেট্ৰ'লত হ্ৰাস পালে ৬ পইচা।আনহাতে ডিজেলত হ্ৰাস পালে ৮ পইচাকৈ।আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৭২.৩৮ টকা আৰু ৬৬.৫৩ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক