New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/petrolnew-ki6H-621x414@LiveMint.jpg)
ফাইল ফটো
- শনিবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ দাম।
- প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচাকৈ বৃদ্ধি।
- গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.৪৪ টকা।
- পেট্ৰ'লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ হ্ৰাস পালে ডিজেলৰ মূল্য।
- গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৭০ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us