New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত ।
- মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১৩ পইচাকৈ ।
- প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৯ পইচাকৈ।
- ইণ্ডিয়ান অইলৰ ৱেবচাইট অনুসৰি মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭১.২৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৫.৯০ টকা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us