New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-kxOG-621x414@LiveMint.jpg)
- সোমবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত ১৬ পইচা আৰু ডিজেলত বাঢ়িল ১৭ পইচাকৈ।
- গুৱাহাটীত সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭১.১০ টকা আৰু ৬৭.৩১ টকা হ'ল ডিজেলৰ দাম।
- দেওবাৰে মহানগৰীত পেট্ৰ'লৰ দাম আছিল ৭০.৯৪ টকা আৰু ডিজেলৰ মূল্য আছিল ৬৭.১৪ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us