New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- একেৰাহে দুদিন ধৰি বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য ।
- সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৭২ পইচাকৈ ।
- দেওবাৰেও বৃদ্ধি পাইছিল পেট্ৰ'লৰ মূল্য ।
- দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পাইছিল ১১ পইচাকৈ।
- আনহাতে সোমবাৰ হ্ৰাস পালে ডিজেলৰ মূল্য ।
- প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ২৫ পইচাকৈ।
- দেওবাৰেও প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পাইছিল ১ পইচা ।