New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-diesel_625x300_1530356543930kkjh.jpg)
প্ৰতিকী ফটো
- দেশত বুধবাৰে অপৰিৱৰ্তিত পেট্ৰল-ডিজেলৰ মূল্য ।
- ২০১৮ৰ শেষৰ দুমাহত একেধাৰে হ্ৰাস পাইছিল পেট্ৰ'ল ডিজেলৰ মূল্য।
- আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই হ্ৰাস পাইছে পেট্ৰ'ল ডিজেলৰ মূল্য।
- বুধবাৰে ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৬৮.৬৫ টকা আৰু ডিজেলৰ মূল্য ৬২.৬৬ টকা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us