New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/nir.jpg)
ফাইল ফটো
- আজি গোৱাত অনুষ্ঠিত হ'ব জি এছ টি পৰিষদৰ ৩৭সংখ্যক বৈঠক।
- এই বৈঠকত কেইবাবিধো সামগ্ৰীৰ কৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে।
- বিস্কুট, জুইশলা আৰু হোটেল উদ্যোগে পাব পাৰে জি এছ টিত ৰেহাই।
- এই বৈঠকতে অটোম'বাইল, বিস্কুট, জুইশলা, আউটড'ৰ কেটাৰিঙৰ জি এছ টিৰ পৰিমাণ সালসলনিৰ প্ৰস্তাৱ ৰখা হৈছে।