কোন ৩টা বেংকৰ একত্ৰিকৰণত কেন্দ্ৰৰ অনুমোদন?

কোন ৩টা বেংকৰ একত্ৰিকৰণত কেন্দ্ৰৰ অনুমোদন?

author-image
asomiyapratidin
New Update
কোন ৩টা বেংকৰ একত্ৰিকৰণত কেন্দ্ৰৰ অনুমোদন?

প্ৰতীকি ফটো

  • বেংক একত্ৰিকৰণত কেন্দ্ৰৰ অনুমোদন।
  • একত্ৰিকৰণ কৰা হ'ব ৩টা ৰাজহুৱা খণ্ডৰ বেংক।
  • বিজয়া বেংক, বেংক অৱ বৰোদা আৰু ডেনা বেংকক কৰা হ'ব একত্ৰিকৰণ।
  • বেংক কেইটা একত্ৰিকৰণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ।