২০১৮ৰ নবেম্বৰৰ তুলনাত ২৫ শতাংশ বিক্ৰী হ্ৰাস পাইছে টাটা মটৰ্ছৰ বাহন…

২০১৮ৰ নবেম্বৰৰ তুলনাত ২৫ শতাংশ বিক্ৰী হ্ৰাস পাইছে টাটা মটৰ্ছৰ বাহন…

author-image
asomiyapratidin
New Update
২০১৮ৰ নবেম্বৰৰ তুলনাত ২৫ শতাংশ বিক্ৰী হ্ৰাস পাইছে টাটা মটৰ্ছৰ বাহন…

ডিজিটেল ডেস্কঃ টাটা মটৰ্ছে দেওবাৰে সদৰী কৰা অনুসৰি ৰাষ্ট্ৰীয় বজাৰত কোম্পানীটোৰবাহনৰ বিক্ৰী ২০১৮ৰ নবেম্বৰৰ তুলনাত ২০১৯ৰ নবেম্বৰত প্ৰায় ২৫ শতাংশ হ্ৰাস পাইছে।টাটা মটৰ্ছৰ বোম্বাই ষ্ট'ক এক্সেঞ্জত কৰা ৰেগুলেটৰী ফাইলিঙত জনাই যে, চলিত বৰ্ষৰনবেম্বৰত ৩৮,০৫৭খন বাহন বিক্ৰী কৰা হয়।

Advertisment

কিন্তু যোৱা বৰ্ষ অৰ্থাৎ ২০১৮ৰ নবেম্বৰত এই বিক্ৰীৰ সংখ্যাআছিল ৫০,৪৭০খন। উল্লেখ্য যে, গাড়ী নিৰ্মাণ কোম্পানীটোৱে নবেম্বৰত মাহত দেশত২৭,৬৫৭খন ব্যৱসায়িক বাহন বিক্ৰী কৰে। আৰু এই সংখ্যা ২০১৮চনৰ নবেম্বৰত আছিল৩৩,৪৮৮খন। যি ২০১৮তকৈ ১৭ শতাংশ কম।