New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/383206-10-rupee-note.jpg)
ডিজিটেল ডেস্কঃ অচিৰেই ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব নতুন ১০ টকীয়া নোট। এই নোটত থাকিব গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্বাক্ষৰ। এই নতুন নোট মহাত্মা গান্ধী চিৰিজৰে হ'ব বুলি জানিবলৈ দিছে। নতুন নোট মুকলি হ'লেও পুৰণা ১০ টকীয়া নোটো প্ৰচলন অব্যাহত থাকিব বজাৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us