চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৫
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
অর্থনীতি

১ ডিচেম্বৰৰ পৰা বন্ধ হ’ব এছবিআইৰ ইন্টাৰনেট বেংকিং, পঞ্জীয়ন কৰাব লাগিব মোবাইল নম্বৰ

১ ডিচেম্বৰৰ পৰা বন্ধ হ’ব এছবিআইৰ ইন্টাৰনেট বেংকিং, পঞ্জীয়ন কৰাব লাগিব মোবাইল নম্বৰ

author-image
asomiyapratidin
15 Nov 2018 12:39 IST

Follow Us

New Update
এছ বি আইত ওলাইছে ৮৭৫৩টা চাকৰি, কেনেদৰে কৰিব আৱেদন…

ডিজিটেল ডেস্কঃ যদি আপুনি ইন্টাৰনেট বেংকিঙৰ ব্যৱহাৰ কৰে আৰু এছ বি আইত আপোনাৰ একাউন্ট আছে তেন্তে এই খবৰ আপুনি পঢ়াটো খুৱেই প্ৰয়োজনীয়৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তৰফৰ জনোৱা এক বিবৃতিত কোৱা হৈছে যে ১ ডিচেম্বৰৰ পৰা গ্ৰাহকে ইন্টাৰনেট বেংকিঙৰ জৰিয়তে ধনৰ লেনদেন কৰিব নোৱাৰিব৷ এই খবৰ এছ বি আইৰ নিজা ৱেবচাইটৰ জৰিয়তে ঘোষণা কৰিছে৷

বাতৰি অনুসৰি আৰ বি আইয়ে জাৰি কৰা বেংক সম্বন্ধীয় নিয়মৰ পিছতে এছ বি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জানিব পৰা মতে, এছ বি আইৰ একাউন্টধাৰী গ্ৰাহকৰ মোবাইল নম্বৰ যদি বেংকৰ সৈতে পঞ্জীয়ন কৰা হোৱা নাই, তেন্তে তেনে গ্ৰাহকে ইন্টাৰনেট বেংকিঙৰ সুবিধা লাভ কৰিব নোৱাৰিব৷ অৰ্থাৎ গ্ৰাহকৰ অনলাইন বেংকিং একাউন্টটো বন্ধ হৈ পৰিব৷

১ ডিচেম্বৰৰ পৰা গ্ৰাহকসকলে অনলাইন বেংকিং সেৱাৰ লাভ উঠাবলৈ প্ৰথমে তেওঁলোকৰ মোবাইল নম্বৰটো এছ বি আইৰ নিজা শাখাত পঞ্জীয়ন কৰাব লাগিব৷ পঞ্জীয়ন কৰাৰ পিছত গ্ৰাহকে পূৰ্বৰ ধৰণেই বেংক সেৱা লাভ কৰিব পাৰিব আৰু ইন্টাৰনেট বেংকিং সেৱাও উপলব্ধ হ'ব৷

আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!