New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/saturday-petrol-diesel-price-hike-news.jpg)
- বিগত কিছুদিন ধৰি অসমত বৃদ্ধি পাই আছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰলত ৫৯ পইচা।
- আনহাতে ডিজেলত ৫৬ পইচা বৃদ্ধি পাইছে।
- প্ৰতিলিটাৰ পেট্ৰ'লত শনিবাৰে গুৱাহাটীত ৮৪.৯৪ টকা।
- ঠিক তেনেদৰে ডিজেলত প্ৰতিলিটাৰৰ মূল্য ৭৯.৪৪ টকা।
- ইফালে দিল্লীতো প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ২৫ পইচা।
- আনহাতে ডিজেলত বৃদ্ধি পালে ২১ পইচা।
- দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮০.৩৮ টকা।
- ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৮০.৪০ টকা।