শনিবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

শনিবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
ব্যৱসায়িক বন্ধৰ মাজতে সুখবৰ, দিনৰ ১২ বজাৰ পৰা খুলিব পেট্ৰ’ল পাম্প

প্ৰতীকি ফটো

  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১৮ পইচাকৈ ।
  • প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২১ পইচাকৈ।
  • বৃহস্পতিবাৰ আৰু শুকুৰবাৰেও বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৫.৫৭ টকা।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭০.২০ টকা।