New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/387566-petrol-pump-new.jpg)
- শনিবাৰে হ্ৰাস পালে পে'ট্ৰল- ডিজেলৰ মূল্য।
- ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পে'ট্ৰলত হ্ৰাস পালে ৮ পইচাকৈ।
- ইফালে ডিজেল প্ৰতি লিটাৰত হ্ৰাস পালে ৫ পইচাকৈ।
- দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২.৯৮ টকাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৫.৯৫ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us