/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/401615-ns-vishwanathan.jpg)
ডিজিটেল ডেস্কঃ এন এছ বিশ্বনাথনক পুনৰ ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্বনাথন হৈছে ৰিজাৰ্ভ বেংকৰ তিনিজন ডেপুটী গৱৰ্ণৰ ভিতৰত এজন। এন এছ বিশ্বনাথনৰ কাৰ্যকাল ৩ জুলাইত শেষ হোৱাৰ কথা আছিল যদিও মঙলবাৰে তেওৰ কেবিনেটে তেওৰ কাৰ্যকাল ১ বছৰৰ বাবে বৃদ্ধি কৰে। বিশ্বনাথনৰ লগতে বৰ্তমান ৰিজাৰ্ভ বেংকৰ আন দুজন ডেপুটী গৱৰ্নৰ হ'ল বি পি কানুনগৌ আৰু এম কে জৈন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us