অর্থনীতি মুখ্য-পৃষ্ঠা মুকলি হ’ল নতুন ২০ টকীয়া নোট… মুকলি হ’ল নতুন ২০ টকীয়া নোট… asomiyapratidin 27 Apr 2019 12:37 IST Follow UsNew Updateভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিলে নতুন ২০ টকীয়া নোট।মহাত্মা গান্ধী ছিৰিজৰ এই নতুন ২০ টকীয়া নোট।নতুনকৈ মুকলি হোৱা নোটখনৰ ৰং হৈছে হালধীয়া।ৰিজাৰ্ভ বেংকে সদৰী কৰা অনুসৰি, পুৰণি ২০ টকীয়া নোটো প্ৰচলন অব্যাহত থাকিব বজাৰত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক