New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/DzqrZYEV4AACzYC.jpg)
- কেন্দ্ৰীয় চৰকাৰলৈ বৃহৎ সকাহ।
- ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়ালে ২৮ হাজাৰ কোটি টকা।
- ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ বৰ্ডে গ্ৰহণ কৰিলে এই সিদ্ধান্ত।
- উল্লেখ্য যে, সোমবাৰে দিল্লীত অৰুণ জেটলী আৰু ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধিৰ সৈতে প'ষ্ট বাজেট বৈঠক অনুষ্ঠিত হৈছিল।
- বৈঠকৰ পাছতে এই ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকে ।