New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-jjjj.jpg)
প্ৰতিকী ফটো
- শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
- পেট্ৰ'ল প্ৰতিলিটাৰত ৫ পইচা বৃদ্ধি।
- আজি গুৱাহাটীত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭২.৩৯ টকা।
- ইফালে ডিজেলৰ মূল্য হ্ৰাস পালে।
- প্ৰতিলিটাত ডিজেলৰ মূল্য ৫ পইচা হ্ৰাস।
- আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.১০ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us