অর্থনীতি মুখ্য-পৃষ্ঠা জনসাধাৰণক মাধমাৰ, বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য জনসাধাৰণক মাধমাৰ, বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য asomiyapratidin 11 Jan 2019 10:25 IST Follow UsNew Updateশুকুৰবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰ'লত ১৯ পইচা আৰু ডিজেলত ২৮ পইচাকৈ বৃদ্ধি ।ইণ্ডিয়ান অইলৰ ৱেবচাইট অনুসৰি বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৬৯.০৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬২.৮১ টকা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক