New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/petroll-diesel-price-hike-news.jpg)
- পুনৰ বৃদ্ধি পেট্ৰ'ল, ডিজেলৰ মূল্য।
- দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৫৭ পইচা বৃদ্ধি পালে।
- প্ৰতিলিটাৰ ডিজেলত বাঢ়িলে ৫৯ পইচা।
- দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৪.৫৭ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭২.৮১ টকা।
- গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৮০.০৯ টকা।
- প্ৰতিলিটাৰত বৃদ্ধি পাইছে ৪৩ পইচা।
- গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৩.২১ টকা।
- গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ৪৪ পইচা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us