অর্থনীতি সোমবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য সোমবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য asomiyapratidin 18 Feb 2019 09:48 IST Follow UsNew Updateপ্ৰতিকী ফটো সোমবাৰেও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ১৬ পইচা বৃদ্ধি।১৪ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৪০ টকাআৰু প্ৰতিলিটাৰ ডিজেলৰ দাম হ'লগৈ ৬৬.৫৭ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক