New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-prices_660_082818012518.jpg)
প্ৰতিকী ফটো
- সোমবাৰে পেট্ৰ'লৰ মূল্যবৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য।
- আজি পেট্ৰ'লত বৃদ্ধি পালে ৬ পইচাকৈ
- ডিজেলত ১০ পইচাকৈ হ্ৰাস পালে।
- আজি গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭২.০২ টকা
- প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৭.৯৯ টকা।
প্ৰতিকী ফটো